JONAKI JATIO BIDYALAYA | ESTD: 2013 | Borokalia Nashkara, Dhubri, Assam
ঘৰে-ঘৰে ত্ৰিৰংগাৰ সৈতে ভাৰতবৰ্ষৰ ৮০তম স্বাধীনতা দিৱস উদযাপন। আহক, আমি গৌৰৱেৰে উদযাপন কৰোঁ আমাৰ স্বাধীনতা। জয় হিন্দ।
২০১৩ চনত প্ৰতিষ্ঠিত জোনাকী জাতীয় বিদ্যালয় হৈছে ধুবুৰী জিলাৰ বৰকলীয়া নস্কৰাত অৱস্থিত এখন আদৰ্শ শিক্ষানুষ্ঠান। আমাৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীক আধুনিক শিক্ষাৰ লগতে নৈতিক মূল্যবোধ প্ৰদান কৰা।
গুণগত শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মেধা বিকাশ আৰু চৰিত্ৰ গঠন।
প্ৰতিজন ছাত্ৰ-ছাত্ৰীক সমাজৰ দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলা।
প্ৰধান শিক্ষক
ব্যৱস্থাপনা সঞ্চালক
Mollah Computer Center
Google Pay / PhonePe / Paytm
Scan কৰি Fees জমা দিয়ক
UPI ID: 9678932358@okbizaxis
গুৰুত্বপূৰ্ণ: Payment কৰাৰ পিছত Screenshot
9101026920 নম্বৰত WhatsApp কৰক