Jonaki Jatio Bidyalaya য়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
1. আমি website ত দিয়া কোনো তথ্য তৃতীয় পক্ষক নিদিওঁ।
2. ছাত্ৰ-ছাত্ৰীৰ ফটো কেৱল অনুমতিৰে প্ৰকাশ কৰা হয়।
3. Online Payment ৰ তথ্য আমি সংৰক্ষণ নকৰোঁ।
কোনো প্ৰশ্নৰ বাবে: jonakijatiobidyalaya@gmail.com ত যোগাযোগ কৰক।