JONAKI JATIO BIDYALAYA | ESTD: 2013 | Borokalia Nashkara, Dhubri, Assam
১ আগষ্ট ২০২৬ তাৰিখ শনিবাৰৰ পৰা বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ। অভিভাৱকসকলে নিজৰ শিশুক যথা সময়ত বিদ্যালয়লৈ পঠাব।
অহা ৮ জুলাই তাৰিখৰ পৰা ৩১ জুলাই তাৰিখলৈ গৰমৰ বন্ধ। ১ আগষ্টৰ পৰা পুনৰ পাঠদান
২০২৬ শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ Form জমা দিয়াৰ শেষ তাৰিখ 30 August 2026। সকলো Document লগত আনিব।
Download PDFClass Ankur ৰ পৰা X লৈ পৰীক্ষা 24 Jun ৰ পৰা আৰম্ভ হ’ব। সম্পূৰ্ণ Routine Download কৰক।
Download Routine5 September তাৰিখে শিক্ষক দিৱস উপলক্ষে স্কুল বন্ধ থাকিব।