Email: jonakijatiobidyalaya@gmail.com Phone: +91 91010 26920
Jonaki Jatio Bidyalaya Logo

জোনাকী জাতীয় বিদ্যালয়

JONAKI JATIO BIDYALAYA | ESTD: 2013 | Borokalia Nashkara, Dhubri, Assam

Sri Surya Pahar, Picnic
Advarticment
School Gate
Safai Abhiyan
Water System
Building

জোনাকী জাতীয় বিদ্যালয়লৈ আপোনাক স্বাগতম জনাইছোঁ 🙏

২০১৩ চনত প্ৰতিষ্ঠিত জোনাকী জাতীয় বিদ্যালয় হৈছে ধুবুৰী জিলাৰ বৰকলীয়া নস্কৰাত অৱস্থিত এখন আদৰ্শ শিক্ষানুষ্ঠান। আমাৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীক আধুনিক শিক্ষাৰ লগতে নৈতিক মূল্যবোধ প্ৰদান কৰা।

আমাৰ লক্ষ্য

গুণগত শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মেধা বিকাশ আৰু চৰিত্ৰ গঠন।

আমাৰ দৃষ্টিভংগী

প্ৰতিজন ছাত্ৰ-ছাত্ৰীক সমাজৰ দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলা।

প্ৰধান শিক্ষকৰ বাৰ্তা

Principal Photo

আবু সামা আহমেদ

প্ৰধান শিক্ষক

মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল,

জোনাকী জাতীয় বিদ্যালয়লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ বিদ্যালয়খনে শিক্ষাৰ লগতে নৈতিক মূল্যবোধ, শৃংখলা আৰু দেশপ্ৰেমৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত সদায় আগভাগ লৈ আহিছে।

আমি বিশ্বাস কৰোঁ যে প্ৰতিজন শিশুৰ মাজত এক অনন্য প্ৰতিভা লুকাই থাকে। আমাৰ দায়িত্ব হ’ল সেই প্ৰতিভা চিনাক্ত কৰি তাক বিকশিত কৰা। আপোনালোকৰ সহযোগিতাৰে আমি এই যাত্ৰা অব্যাহত ৰাখিম।

ধন্যবাদ।

ব্যৱস্থাপনা সঞ্চালক

Md Sir

সহৰ আলী আহমেদ

ব্যৱস্থাপনা সঞ্চালক

প্ৰিয় অভিভাৱকসকল,

আমাৰ গাঁৱৰ ল'ৰা-ছোৱালী যাতে শিক্ষাৰ পোহৰেৰে আগবাঢ়ি যাব পাৰে, সেই উদ্দেশ্যৰেই জনাকী জাতীয় বিদ্যালয়ৰ যাত্ৰা আৰম্ভ হৈছিল।

আমি কিতাপৰ লগতে চৰিত্ৰ গঠনৰ ওপৰতো গুৰুত্ব দিওঁ। আপোনালোকৰ আস্থা আৰু সহযোগিতা আমাৰ প্ৰেৰণা।

ধন্যবাদ।

📱 Online Payment কৰক

Mollah Computer Center

Google Pay / PhonePe / Paytm

GPay QR

Scan কৰি Fees জমা দিয়ক

UPI ID: 9678932358@okbizaxis

গুৰুত্বপূৰ্ণ: Payment কৰাৰ পিছত Screenshot
9101026920 নম্বৰত WhatsApp কৰক

Notice Board

View All Notices