Email: jonakijatiobidyalaya@gmail.com
Jonaki Jatio Bidyalaya Logo

জোনাকী জাতীয় বিদ্যালয়

JONAKI JATIO BIDYALAYA | ESTD: 2013 | Borokalia Nashkara, Dhubri, Assam

About Our School

২০১৩ চনত স্থাপিত জোনাকী জাতীয় বিদ্যালয় ধুবুৰী জিলাৰ বৰকলীয়া নস্কৰাত অৱস্থিত এখন আগশাৰীৰ শিক্ষানুষ্ঠান। আমি SEBA পাঠ্যক্ৰম অনুসৰণ কৰোঁ আৰু Ankur ৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষা প্ৰদান কৰোঁ।


History

সমাজৰ পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা দিয়াৰ উদ্দেশ্যে এই বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।


Mission & Vision

Mission: প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশ।
Vision: নৈতিক মূল্যবোধ সম্পন্ন, দক্ষ নাগৰিক গঢ়ি তোলা।