JONAKI JATIO BIDYALAYA | ESTD: 2013 | Borokalia Nashkara, Dhubri, Assam
Digital board আৰু Projector ৰ সৈতে আধুনিক শ্ৰেণীকোঠা।
প্ৰতিটো শ্ৰেণী কোঠাত বৈদ্যুতিক লাইনৰ সংযোগ আছে। প্ৰতিটো শ্ৰেণী কঠাত ৩ৰ-পৰা ৪টাকৈ ফেনৰ ব্যৱস্থা আছে
30 টা কম্পিউটাৰৰ সৈতে High-speed Internet.
10,000+ কিতাপ, আলোচনী আৰু বাতৰি কাকত।
খেল-ধেমালিৰ বাবে এখন আহল-বহল খেলপথাৰ আছে
বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে। আমাৰ বিদ্যালয়ত ৪টা টিউবলৰ আছে